68
মাণ্ডিয়াঃ কৰ্ণাটকৰ মাণ্ডিয়াত সংঘটিত এক ভয়াৱহ বাছ দুৰ্ঘটনাত ২৫ জন লোক নিহত হয়।
ৰাজ্পাযখনৰ ণ্ডৱপুৰা জিলাৰ কনগনমৰাডীৰ গাঁৱেৰে বাছখন আহি থকা অৱস্থাত চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত বাছখন কাবেৰী নদীৰ এটা সুঁতিত বাগৰি পৰে৷