46
ডিজিটেল ডেস্কঃ চিবিআইয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতত হাজিৰ কৰে চিবিআইয়ে৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ গ্ৰেপ্তাৰ পুত্ৰগৰাকীক বুধবাৰে পুৱাই লণ্ডনৰ পৰা উভটি অহাৰ পাছতেই চেন্নাই বিমানবন্দৰৰ পৰা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল৷
I will be vindicated eventually: #KartiChidambaram #INXMediaCase (file pic) pic.twitter.com/BoqpyJzq9L