newsnextone.com | ডিজিটেল ডেস্কঃ কাশ্মীৰত সন্ত্ৰাসবিৰোধী অভিযান অব্যাহত আছে৷ পুনৰাই সীমান্তত ভাৰতীয় সেনাই অভিযান চলাই তিনি সন্ত্ৰাসবাদীক নিহত কৰে৷ শুকুৰবাৰে জম্মু কাশ্মীৰৰ থুম্মা জিলাৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হয় তিনি সন্ত্ৰাসবাদী৷
গোপন খবৰৰ ভিত্তিত সেনাই সমগ্ৰ পুলৱামা এলেকা ঘেৰি লৈ চলোৱা অভিযানত সেনাৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ লাগে আৰু তিনি সন্ত্ৰাসবাদীৰ কেডাৰ নিহত হয়৷ আৰক্ষী সঞ্চালক প্ৰধান এছ পি বৈদে এই খবৰ নিশ্চিত কৰিছে৷