57
ডিজিটেল ডেস্কঃ পুনৰ এবাৰ কাশ্মীৰত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণ সংঘটিত হৈছে৷ শনিবাৰে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত শেষ ৰাতি ভয়াবহ আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে৷ আৰক্ষীৰ ওপৰত চলা এই আক্ৰমণত ৩ জন লোক নিহত হয়৷
নিহত ৩ জনৰ ১ জন আৰক্ষী আৰু ২ জন সাধৰণ লোক৷ সন্ত্ৰাসবাদীৰ আক্ৰমণক প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে৷ আৰক্ষীৰ প্ৰত্যুত্তৰত এগৰাকী সন্ত্ৰাসবাদী নিহত হয়৷