62
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ কাথুৱাৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশৰ উন্নাওলৈ যি গণধৰ্ষণৰ কাণ্ড, সেই লৈ দেশত কি নাৰী, কি শিশু, সকলোৰে সুৰক্ষা আৰু নিৰাপত্তাক লৈ শংকাত ডুব যোৱা জনতাই ৰাজপথলৈ আহি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে।
ছ’চিয়েল মিডিয়াৰ যোগেদি ৰাজনৈতিক দল-সংগঠন, বলিউড তাৰকা, সমাজকৰ্মীৰ পৰা সাধাৰণজনলৈকে সমস্বৰে বিচাৰিছে ন্যায় আৰু নিৰাপত্তা।