64
ডিজিটেল ডেস্কঃ কাঠুৱাৰ গণধৰ্ষণ কাণ্ডৰ ২ মুখ্য অপৰাধীয়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ঘটনাৰ চিবিআই তদন্ত চলাবলৈ অনুৰোধ কৰে, যাতে গণধৰ্ষণ কাণ্ডৰ উচিত ৰায় প্ৰাপ্ত হয়৷
উল্লেখ্য যে জানুৱাৰী মাহতে কাঠুৱাৰ ৰাচনা বনাঞ্চলত এগৰাকী ৮ বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ নাবালিকাগৰাকীক গণধৰ্ষণ কৰি পিছত হত্যা কৰা হোৱা বুলি তদন্তত প্ৰকাশ পাইছিল৷