Home ৰাজ্যকাটলিছৰাৰ ১৪টা NRC সেৱা কেন্দ্ৰত পৰিছিল বানৰ প্ৰভাৱ, আজিও আৰম্ভ হোৱা নাই কাম

কাটলিছৰাৰ ১৪টা NRC সেৱা কেন্দ্ৰত পৰিছিল বানৰ প্ৰভাৱ, আজিও আৰম্ভ হোৱা নাই কাম

by News Desk
51 views
A+A-
Reset

newsnextone.com | হাইলাকান্দিঃ অহা ৩০ জুনত যে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায় এই খবৰ একপ্ৰকাৰ নিশ্চিত হৈছে৷ নতুন দিন ঘোষণা সন্দৰ্ভত ২ জুলাইত উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷ শেহতীয়াকৈ অসমত হোৱা বানপানী আৰু নেৰেনেপেৰা বৰষুণৰ বাবে প্ৰায় ১০টা দিন এনআৰচিৰ কামৰ ক্ষতি হৈছে বুলি এনআৰচি কৰ্তৃপক্ষই দাবী কৰিছিল৷ এনআৰচিৰ কৰ্তৃপক্ষই বন্ধ খামত ন্যায়ালয়ত আবেদন জনাইছিল৷

নতুন দিন ঘোষণা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাই এনআৰচিৰ মুখ্য সমন্বয়ত প্ৰতীক হাজেলাই৷ আদালতে পুনৰাই এটা নতুন দিন ঘোষণা কৰাৰ সম্ভৱনাই দেখা দিছে৷ ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ বাবেও সাজু হৈছে

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0