52
কাজিৰঙাঃ কাজিৰঙাৰ সৰবৰহী উদ্যমী যুৱক তথা বোকাখাত কৃষি বিভাগৰ সুদক্ষ বিষয়া প্ৰদীপ গগৈৰ সোমবাৰে বছেৰেকীয়া আদ্যশ্ৰাদ্ধ পালন কৰা হয় কাজিৰঙাৰ দিৰিং চাৰিআলিত অৱস্থিত তেওঁৰ নিজা বাসগৃহত। উল্লেখ্য যে, অভিশপ্ত ২০১৮ চনৰ ২৫ জানুৱাৰীৰ দিনটোত বোকাখাতৰ কৰ্মস্থলীৰপৰা নিজৰ গাড়ীৰে আহি থকাৰ পথত লতাবাৰীত দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছিল কাজিৰঙাৰ এগৰাকী সৰবৰহী ব্যক্তি প্ৰদীপ গগৈয়ে৷
