Home ৰাজ্যকাজিৰঙা উদ্যান এলেকাৰ ঘাইপথত প্ৰতি ঘণ্টাত ৪০ কিঃমিঃ গতিত চলাব লাগিব গাড়ী

কাজিৰঙা উদ্যান এলেকাৰ ঘাইপথত প্ৰতি ঘণ্টাত ৪০ কিঃমিঃ গতিত চলাব লাগিব গাড়ী

by News Desk
58 views
A+A-
Reset

newsnextone.com | কাজিৰঙাঃ প্ৰতিটো বাৰিষাই পানীৰে ভৰি পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ ভাগ পানীয়ে বুৰাই পেলোৱাৰ পিছতে ওখ ঠাইৰ অভাৱত জীৱ-জন্তুৱে ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে দৌৰ দিয়ে৷ সেই সময়তে গাড়ীৰ চেপাত বহু জীৱ-জন্তুৱে অকালতে প্ৰাণ হেৰুৱাব লগা হয়৷ বন বিভাগে বিশেষ ব্যৱস্থা কৰাৰ ফলত বহু জীৱ-জন্তুৰ প্ৰাণ ৰক্ষাও পৰে৷

পুনৰ এইবেলিও বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত বন বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা৷ গোলাঘাট জিলাৰ পৰা বোকাখাতৰ বৰজুৰিৰ পৰা জখলাবন্ধাৰ আমগুৰি পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী-মটৰৰৰ গতি সীমাবন্ধ কৰে বন বিভাগে৷ প্ৰতি ঘণ্টাত ৪০ কিঃমিঃ সীমাবদ্ধ কৰিছে বন বিভাগে৷ ইতিমধ্যে বোকাখাত, কলিয়াবৰ মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা উদ্যানৰ এলেকাত ১৪৪ ধাৰা জাৰি কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0