Home ৰাজ্যকাজিৰঙাৰ ভূগীবাঢ়নী হৰি নামঘৰত দহদিনীয়া কাৰ্যসূচীৰে পালনামৰ আয়োজন

কাজিৰঙাৰ ভূগীবাঢ়নী হৰি নামঘৰত দহদিনীয়া কাৰ্যসূচীৰে পালনামৰ আয়োজন

by News Desk
52 views
A+A-
Reset

পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ হৰিনামৰ ধ্বনিৰে মুখৰিত হব কাজিৰঙাৰ ভূগীবাঢ়নী হৰিনামঘৰ৷ বোকাখাত মহকুমা পালনাম সমিতিৰ বাৰ্ষিক পালনাম আৰু শ্ৰী মদ্ভাগৱত অবিৰত পাঠ অনুষ্ঠানৰ কাৰ্যসূচী ম’তে ২০২০ চনত পশ্চিম কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ উদ্যোগত এইবাৰ কাজিৰঙাৰ ভূগীবাঢ়নী হৰি নামঘৰত পালনাম ভাগ পাতিবলৈ অনুমতি পোৱাত যোৱা ইংৰাজী ৮-৭-২০১৯ তাৰিখে এখন অভ্যৰ্থনা সমিতি গঠনৰ বাবে কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ সম্পাদক শ্ৰী যুত ঘনশ্যাম বৰদলৈয়ে জানিবলৈ দিয়ে৷ 

বৃহস্পতিবাৰে সভাত উপস্থিত আছিল বোকাখাত মহকুমাৰ পালনাম সমিতিৰ সভাপতি শ্ৰী যুত খগেশ্বৰ বৰা দেৱও মুখ্য সম্পাদক শ্ৰী যুত বিনন্দ বৰুৱা দেৱৰ লগতে বিষয়ববীয়াসকল আৰু উপস্থিত আছিল পশ্চিম কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ অন্তৰ্গত ৮ টা হৰি নামঘৰৰ বিষয়ববীয়াসকল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0