60
কাজিৰঙাঃ সময়ে সময়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণীৰ হত্যাকাণ্ড সংঘটিত হৈ আহিছে৷ বন্যপ্ৰাণীৰ হত্যাকাণ্ড সংঘটিত হলে ৰাজ্যৰ দল-সংগঠনে তথা সংবাদমাধ্যমে বন বিভাগক বিফল বুলি সমালোচনা কৰে যদিও বন বিভাগৰ লোকসকলে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈয়ে দায়িত্ব পালন কৰিব লগা হয়৷
