84
কাজিৰঙাঃ ৰাজ্যৰ আৰক্ষী-বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি ইতিমধ্যে নগাঁও, বিশ্বনাথ জিলাত জিলাত কেইবাগাৰীক চোৰাং চিকাৰীক জালত পেলোৱাৰ সময়তে শুকুৰবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী লগাৰ খবৰ পোৱা গৈছে৷
নিশা প্ৰায় ১ বজাত বন কৰ্মীয়ে পহৰা দি থকাৰ সময়তে দূৰৰ পৰা এটি চোৰাং চিকাৰীৰ দল প্ৰত্যক্ষ কৰে৷