70
কাজিৰঙাঃ ৰজ্যখনৰ সংবাদিকসকলে জনমত গঢ়াৰ লগে লগে সমাজ সেৱাও কৰি আহিছে৷ ৰদ-বৰষুণ কাটি কৰি দিনৰ দিনটো সংবাদ সংগ্ৰহত ব্যস্ত থাকে একো একোগৰাকী সাংবাদিক৷ সাংবাদিকসকলে নিজৰ জীৱন-যৌৱন সমস্ত শেষ কৰি পেলাই বাতৰিৰ পিছে পিছে দৌৰি৷ নিজৰ পৰিয়ালটোকে সময় দিব নোৱাৰা সাংবাদিকে সমাজৰ মাজতেই নিজক বিলীন কৰি দিয়ে৷
