50
পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ নামনি অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ সময়তে মঙলবাৰে উত্তাল হৈ পৰে কাজিৰঙাৰ ৰাজপথ৷
উল্লেখ্য যে, এটা বহিৰাগত কোম্পানীৰ মালিকাধীন মেঠনি চাহ-বাগিচা কৰ্তৃপক্ষই বছৰ বছৰ ধৰি শ্ৰমিকসকলক প্ৰৱঞ্চনা কৰি আহিছে৷ বাগিচাখনৰ চিকিৎসা, খোৱাপানীৰ সমস্যা, শিক্ষাৰ সমস্যা, পেঞ্চনৰ সমস্যা আদিৰ সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল মেঠনি চাহ-বাগিচাৰ বহিৰাগত বনিক গোষ্ঠীটোৱে৷