Home ৰাজ্যকাজিৰঙাত কৰবেট ফাউণ্ডেশ্যনৰ বন-নব্য প্ৰাণী সংৰক্ষণ আঁচনি মুকলি

কাজিৰঙাত কৰবেট ফাউণ্ডেশ্যনৰ বন-নব্য প্ৰাণী সংৰক্ষণ আঁচনি মুকলি

by News Desk
A+A-
Reset
polima new

কাজিৰঙাঃ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপকণ্ঠত বসবাস কৰা ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীক বন আৰু নব্য প্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগ তথা অবিৰত ভাৱে শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ‘দা কৰবেট ফাউণ্ডেশ্যন’ নামৰ এক বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে ” কনজাৰভেচন এডুকেচন প্ৰজেক্ট “শীৰ্ষক এক আচঁনি আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে । 

দা কৰবেট ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা সুমন্ত কুন্দোৱে জানিব দিয়া মতে কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত তথা হেম চন্দ্ৰ মহেন্দ্ৰ ফাউণ্ডেশ্যনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত অৰ্থাৎ বোকাখাট মহকুমাৰ অধীনত পশ্চিম কাজিৰঙা, মধ্য কাজিৰঙা, পূব কাজিৰঙা আৰু উত্তৰ-পূব কাজিৰঙা গাঁও পঞ্চায়ত এলেকাৰ মুঠ ৩২ খন গাঁৱত আগন্তুক এটা বছৰ উক্ত বেচৰকাৰী স্বেচ্ছাসেবী সংগঠনৰ কৰ্মকৰ্তাই এখন সুসজ্জিত গাড়ীৰে ৰাইজৰ মাজত বন আৰু নব্য প্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ চেষ্টা চলাব । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0