Home ৰাজ্যদৰঙৰ খাৰুপেটীয়াৰ বৰংগাবাৰীৰ ৰাজপথত ৰাস্তাৰ দুৰ্নীতিৰ বিৰুদ্ধে উত্তাল ৰাজপথ

দৰঙৰ খাৰুপেটীয়াৰ বৰংগাবাৰীৰ ৰাজপথত ৰাস্তাৰ দুৰ্নীতিৰ বিৰুদ্ধে উত্তাল ৰাজপথ

by News Desk
A+A-
Reset
Screenshot (568)-crop

খাৰুপেটীয়াঃ প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ আচনিৰ অধীনত চলি থকা কামৰ ব্যাপক অনিয়মৰ বিৰুদ্ধে আমছুৰ উদ্যোগত ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ এমাহতে জহি খহি যোৱা চাৰি কোটি টকা আঁচনিৰ ৰাস্তাৰ নিৰ্মাণ কাৰ্য্যত সংঘটিত ব্যপক অনিয়মৰ সন্দৰ্ভত আমছুয়ে লিখিতভাৱে দৰং জিলা উপায়ুক্ত, বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল যদিও আজিলৈকে তাৰ কোনো তদন্ত নহ’ল বুলি আমছুয়ে অভিযোগ তুলে৷

এই নিৰ্মাণ কাৰ্যত বিভাগীয় কৰ্তৃপক্ষৰ লগতে, কনিষ্ঠ অভিযন্তা, ঠিকাদাৰে গোপন বুজাবুজিৰ এই পথত ব্যাপক লুণ্ঠন চলাইছে বুলি অভিযোগ তুলিছে সংগঠনটোৱে৷ ঠিকাদাৰ জনৰ লগতে অভিযন্তা জনে আঁচনিৰ প্ৰাককলন বহিৰ্ভূত কাম কৰি থকা কামৰ ফলত এমাহতে জহি খহি গৈছে পেভাৰ ব্লকৰ উক্ত ৰাস্তাটো৷ ৰাইজৰ অভিযোগ মতে ঠিকাদাৰ জনে কামটোত দুৰ্নীতি ৰ বাদেও গুণ্ডাৰাজ চলাইছে৷ ৰাস্তাৰ অনিয়মৰ প্ৰতিবাদ কৰিবলৈ যোৱা লোকক ঠিকাদাৰৰ সাংগু পাংগুৱে প্ৰতিবাদকাৰী লোকক প্ৰতিবাদ নকৰিবলৈ ভয় ভাবুকি প্ৰদান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0