49
ফখৰুল ইছলাম, খাৰুপেটীয়াঃ দৰং জিলাৰ দলগাঁও ৰাজহচক্ৰৰ অধীনৰ দলগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত দলগাঁওস্থিত দৈনিক বজাৰৰ কদৰ্যময় ৰূপে সচেতন ৰাইজক ভবাই তুলিছে৷
বজাৰখনৰ ঘৃণনীয় পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ জাবৰ-জোথৰৰ দ’ম, গেলা-পচা দুৰ্গন্ধ তথা এজাক বৰষুণতে একপ্ৰকাৰৰ দৈনিক বজাৰখন নৰকস্থলীলৈ পৰিণত কৰিছে৷