Home ৰাজ্যপ্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ মৃত্যুত শোক পালন

প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ মৃত্যুত শোক পালন

by News Desk
51 views
A+A-
Reset

খাৰুপেটীয়াঃ অসমৰ প্ৰাক্তন মন্ত্ৰী তথা  সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৰ কেন্দ্ৰীয় সমিতিৰ সংগঠক চন্দন সৰকাৰৰ মৃত্যুত সোমবাৰে সন্ধিয়া দৰঙৰ খাৰুপেটীয়া পৰিদৰ্শন বঙলা প্ৰাংগনত আমছু ৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, দৰং জিলা আমছুৰ সভাপতি আলেপ উদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক মাহবুবুল হক, সম্পাদক আব্দুছ ছামাদ প্ৰমুখ্যে কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে। প্ৰাক্তন আমছু নেতা সৰকাৰৰ মৃত্যুত আমছুৰ নেতা কৰ্মীসকলে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0