72
খাৰুপেটীয়াঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অধিক সব্জি উৎপাদন কৰি ভাৰতৰ লগতে বহিৰাষ্ট্ৰলৈও পাচলি যোগান ধৰা দৰঙৰ খাৰুপেটীয়াত এতিয়া পানীৰ দৰত বিক্ৰী হৈছে পাচলি।
ফলত কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। বিগত প্ৰায় পোন্ধৰ দিনৰপৰা খাৰুপেটীয়াত শাক-পাচলিৰ এই অৱনমিত মূল্য।