222
দৰংঃ দৰঙৰ খাৰুপেটীয়াত প্ৰকৃতিপ্ৰেমী কিশোৰ-কিশোৰীয়ে চিলনীৰ মুখৰপৰা উদ্ধাৰ কৰিলে বিৰল প্ৰজাতিৰ ফেঁচা (হুদু) চৰাই|
শনিবাৰে কিশোৰ-কিশোৰীকেইগৰাকীয়ে পুৱা খেলি থাকোতে চিলনীয়ে এই বিৰল প্ৰজাতিৰ চৰাইটো চিকাৰ কৰি লৈ গৈ থকা অৱস্থাত তেওঁলোকৰ সন্মুখতে আকাশৰপৰা চিলনীৰ মুখৰপৰা পৰি যায়|