63
newsnextone.com | খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়াৰ কৃষকে এতিয়াৰ পৰা অনলাইন যোগে লাভ কৰিব সাৰ৷ বুধবাৰে দৰং জিলা প্ৰশাসনে ‘ইফকো’ সাৰ কোম্পানীৰ উন্নতমানৰ সাৰ লাভ কৰিবৰ বাবে কমন চাৰ্ভিচ চেণ্টাৰ মুকলি কৰে৷ ইয়াৰ জৰিয়তে অনলাইন আবেদন কৰি সুলভ মূল্যত সাৰ পোৱাৰ ব্যৱস্থা কৰে প্ৰশাসনে৷ উত্তৰ পূৰ্বাঞ্চলৰ এইটো প্ৰথম অনলাইন সাৰ পোৱাৰ কেন্দ্ৰ হৈ পৰিল৷
