লালপুল এছ এছ বি কেম্পৰ সন্মুখত ভয়াবহ পথ দুৰ্ঘটনাত নিহত...

Home ৰাজ্যলালপুল এছ এছ বি কেম্পৰ সন্মুখত ভয়াবহ পথ দুৰ্ঘটনাত নিহত ১ জন

লালপুল এছ এছ বি কেম্পৰ সন্মুখত ভয়াবহ পথ দুৰ্ঘটনাত নিহত ১ জন

by News Desk
70 views
A+A-
Reset

খাৰুপেটীয়াঃ বৃহস্পতিবাৰে ৰাতিপুৱা ৪ মান বজাত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত লালপুল এছ এছ বি কেম্পৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি তেজপুৰৰপৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এ এছ ০৭/এ ছি ১৯৩৩ নম্বৰৰ তীব্ৰবেগী বুলেৰু গাড়ীখন  নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মৰাত ভয়াবহ দুৰ্ঘটনাত পতিত হয়।

যাৰ ফলত জিয়াৰুল ইছলাম নামৰ ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷ সংকটজনক অৱস্থাত থকা দুজনক স্থানীয় ৰাইজৰ সহযোগত ৰৌতা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও অৱস্থা অতি  সংকটজনক হোৱাৰ বাবে তাৰ পৰা গুৱাহাটী মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0