57
খাৰুপেটীয়াঃ ৰাজ্যৰ শিক্ষা বিভাগৰ স্বৰূপ উদঙোৱা এক নগ্ন ছবি প্ৰতিফলিত হৈছে দলগাঁৱৰ বটাবাৰী মডেল স্কুলত।
কংগ্ৰেছৰ আমোলত ঢাক ঢোল বজাই স্থাপন কৰা বিদ্যালয়ত নিযুক্তি দিয়া নাই এজনো শিক্ষক। দুজন ভাৰাতীয়া শিক্ষকেৰে পাঠদান কৰা বিদ্যালয়খন পুৱা ৯ বজাত আৰম্ভ হয় যদিও ১০ বজাতেই ছুটি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে।