62
খাৰুপেটীয়াঃ বিজুলী চালিত যন্ত্ৰ চলাবলৈ বা বন্ধ কৰিবলৈ আপুনি ছুইটছ অফ-অন কৰিবলৈ আমনি পায় নেকি?
এতিয়া আৰু সেই চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো আপোনাৰ সেই আমনি লগা কাৰ্যৰ অন্ত পেলাবলৈ আৱিষ্কাৰ কৰা হৈছে এক ডিজিটেল মাধ্যম।