57
খাৰুপেটীয়াঃ গোলাঘাটকে ধৰি উজনি অসমৰ বিভিন্ন ঠাইত চুলাই মদ সেৱনৰ ফলত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পাছত গা লৰিছে ৰাজ্যৰ আবকাৰী আৰু স্বাস্থ্য বিভাগৰ।
ৰাজ্য চৰকাৰৰ দেশীয় সুৰাৰ আঁচনিৰ সুবিধা লাভ কৰিবলৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ ঘোষণা কৰাৰ পাছতে বৃদ্ধি পাইছিল দেশীয় সুৰাৰ চাহিদা। সম্প্ৰতি, সমাজৰ বাবে বিষাক্ত হৈ পৰিছে এই সুৰা যাৰ ফলত দেৰ শতাধিক লোকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।