Home ৰাজ্যবাঘৰ ভয়ত ঘৰৰ ভিতৰত বন্দী জনতা

বাঘৰ ভয়ত ঘৰৰ ভিতৰত বন্দী জনতা

by News Desk
A+A-
Reset
ttttiiiii

খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বৰগড়া চাহ বাগিচা আৰু বড়ো বজাৰ অঞ্চলত ঢেঁকীয়াপতীয়া বাঘ এটাই আতংকৰ সৃষ্টি কৰিছে। যোৱা এমাহ ধৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা বাঘটোৱে অঞ্চলটোত আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ লগতে প্ৰায়ে পশুধন নিধন কৰি আছে। 

নিশা হ’লেই গৃহস্থৰ ঘৰৰপৰা টানি উলিয়াই নিয়ে গৰু, ছাগলী, গাহৰি আদি ঘৰচীয়া জন্তুবোৰ। যোৱা নিশাও বাঘটোৱে বৰগড়া চাহ বাগিচাত আছা মুণ্ডা নামৰ শ্ৰমিকজনৰ গাই গৰু এটা মাৰে। বাঘটোৰ ভয়ত বাগিচাত কাম কৰিবলৈ যাব নোৱাৰা হৈছে শ্ৰমিকসকলে। সন্ধিয়া হোৱাৰ লগে লগে ঘৰত ভিতৰত সোমাই পৰে অঞ্চলৰ গঞা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0