66
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চেংচেংবিলত উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ মৃতদেহ।
নিশা চেংচেংবিল গাওঁখনত এটা বৃহৎ বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চলত প্ৰৱেশ কৰিছিল।