70
কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ হানৰেনত আৰক্ষীৰ আত্মহনন। হামৰেণ আৰক্ষী জিলাৰ অধীনৰ হামৰেণ আৰক্ষী সংৰক্ষণত আত্মহত্যা কৰে এজন কৰ্মৰত আৰক্ষীয়ে|
নিজ ছাৰ্ভিচ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা কৰে আৰক্ষীজনে| আৰক্ষীৰ লোকজনৰ নাম দেৱৰাম বাসুমতাৰী|