64
কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অধীনৰ জেংখা পুলিচ পেট্ৰল আউট পোষ্টৰ অন্তৰ্গত কলঙা মেনমেজি সংযোগী পথৰ বাঁহৰ দলঙৰ ওপৰত নিশা আবদ্ধ হৈ ৰ’ল এখন চাউলভৰ্তি ট্ৰাক।
কথমপি প্ৰাণ ৰক্ষা ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ। নিশা হোজাই এফচিআইৰপৰা খাদ্য সুৰক্ষা আঁচনিৰ চাউল আনি থকা অৱস্থাত পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত আবদ্ধ হৈ পৰিছিল চাউলভৰ্তি গাড়ীখন৷