Home ৰাজ্যৰাজ্যত জাল নোট প্ৰচলনৰ ব্যৱসায় অব্যাহত

ৰাজ্যত জাল নোট প্ৰচলনৰ ব্যৱসায় অব্যাহত

by News Desk
A+A-
Reset
Screenshot (587)-crop

খেৰণিঃ  জাল নোট-মৰণাস্ত্রসহ চাৰিজনক আটক। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু হোজাই জিলাৰ ডবকাৰপৰা আটক জ্ঞানবাহাদুৰ লামা (৩১), জয়ন্ত সিং(৩৭), ফাইজোল ইছলাম (৪১) আৰু নিখিল তেৰাং (১৯)।

ৰাজ্যত জাল নোট প্ৰচলনৰ ব্যৱসায় অব্যাহত। নিতৌ জাল নোট প্ৰচলনৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যখনৰ একাংশ দুষ্ট চক্ৰই। এইবাৰ জাল নোট আৰু মৰণাস্ত্রসহ চাৰিজনলোক আটক হৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু হোজাই জিলাৰ ডবকাৰপৰা। সেনা-আৰক্ষীৰ যুটীয়া অভিযানত ৫০০ আৰু ২০০০ টকীয়াৰ জাল নোট, ৭.৬৫ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলিসহ খেৰণি আৰু ডবকাৰপৰা আটক হৈছে জ্ঞানবাহাদুৰ লামা (৩১), জয়ন্ত সিং(৩৭), ফাইজোল ইছলাম (৪১) আৰু নিখিল তেৰাং (১৯) নামৰ লোককেইজন। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0