Home ৰাজ্যহাৱাইপুৰত জিলাভিত্তিক বিজ্ঞান আৰ্হি প্ৰকল্প প্ৰতিযোগিতা

হাৱাইপুৰত জিলাভিত্তিক বিজ্ঞান আৰ্হি প্ৰকল্প প্ৰতিযোগিতা

by News Desk
A+A-
Reset
272c7680-28d0-4e26-ad57-fb836232c926

খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাৱাইপুৰত সোমবাৰে আনুষ্ঠানিকভাৱে অনুষ্ঠিত হৈ যায় ছাত্র-ছাত্ৰীৰ মাজত জিলাভিত্তিক বিজ্ঞান আৰ্হি প্ৰকল্পৰ মুকলি প্ৰদৰ্শন আৰু আৰ্হি প্ৰকল্পৰ প্ৰতিযোগিতা৷ উল্লেখযোগ্য যে, অসম বিজ্ঞান সমিতিৰ সহযোগত আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলগী চমুকৈ জি আই এম টিৰ উদ্যোগত কালি ব্যাপক তৎপৰতা আৰু ব্যস্ততাৰে পশ্চিম কাৰ্বি আংলং অসম বিজ্ঞান সমিতিৰ কপিলী ভেলি শাখাই এই জিলাভিত্তিক বিজ্ঞান আৰ্হি প্ৰকল্পৰ প্ৰতিযোগিতাৰ আয়োজন কৰে পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰস্থিত হাৱাইপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত। 

আয়োজিত জিলাভিত্তিক বিজ্ঞান আৰ্হি প্ৰকল্পৰ প্ৰদৰ্শন আৰু আৰ্হি প্ৰকল্পৰ প্ৰতিযোগিতাত পশ্চিম কাৰ্বি আংলঙৰ মুঠ পোন্ধৰখনকৈ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগীৰূপে অংশ গ্ৰহণ কৰে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু সুপ্ত হৈ থকা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত বিদ্যালয়খনত অনুষ্ঠিত কৰা জিলাভিত্তিক প্ৰতিযোগিতাখনক সুচাৰুৰূপে তদাৰকতা আৰু অনুষ্ঠানটোৰ বিষদ বিৱৰণ দাঙি ধৰে পশ্চিম কাৰ্বি আংলং অসম বিজ্ঞান সমিতিৰ কপিলী ভেলি শাখাৰ সম্পাদক প্ৰণৱ শৰ্মাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0