71
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অৰ্ধগলিত অৱস্থাত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ আমৰেং বনাঞ্চলৰ জালজুৰি নামৰ ঠাইত ঘন হাবিৰ মাজত উদ্ধাৰ হাতীৰ হয় মৃতদেহটো।
প্ৰায় সপ্তাহ দিন পূৰ্বে হাতীটোৰ মৃত্যু হোৱা বুলি বনকৰ্মীয়ে অনুমান কৰাৰ লগতে হাতীটোৰ বয়স ৪-৫ বছৰ হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগৰ কৰ্মচাৰীয়ে।