Home ৰাজ্যহাতীৰ উপদ্ৰৱত তহিলং ঘৰ-বাৰী

হাতীৰ উপদ্ৰৱত তহিলং ঘৰ-বাৰী

by News Desk
A+A-
Reset
f8f35ece-6b5a-4054-aed1-2f9cef50df72

খেৰণিঃ হাতী মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাট, ফেলাংপি, প্ৰিলো আদি গাঁৱবোৰত কিছুদিন পূৰ্বে ধাৰাবাহিকভাৱে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলোৱা, পশুধন নিহত হোৱা আৰু হাতী আক্ৰমণত কিশোৰসহ চাৰি জনকৈ লোকে প্ৰাণ হেৰুৱাৰ পিছত এইবাৰ পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ চলিছে প্ৰিলুৰ ৰংহাং গাওঁত।

মঙলবাৰে নিশা খেৰণিৰ প্ৰিলুৰ ৰংহাং গাওঁত পোৱালিসহ ৬০-৬৫ জনীয়া এটা বৃহৎ বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে লংছিং ৰংহাং আৰু মতিয়াৰ হাঞ্চেৰ বাসগৃহ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0