53
newsnextone.com। খেৰণিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে গান্ধী জয়ন্তী উদযাপন কৰা হয়। গান্ধী জয়ন্তী উপলক্ষে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, মাইলু, জেংখা, জেৰিকীন্দেঙত স্বচ্ছ ভাৰত অভিযান ৰূপায়ন কৰা হয়। গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি অঞ্চলবোৰত স্থানীয় ৰাইজ, শিখ সেনা বাহিনী, স্থানীয় ৰাইজ আৰু পৰিষদীয় জনপ্ৰতিনিধি ৰিণা তেৰাংপীয়ে সমূহীয়াভাৱে এই কাৰ্য্যসূচী অংশগ্ৰহণ কৰে।
