54
কাৰ্বি আংলংঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ এটা অঞ্চলত বিয়পিছে এক অচিন ৰোগ। হৃদয়বিদাৰক অঞ্চলটোত প্ৰাদুৰ্ভাৱ হোৱা
এই অচিন ৰোগত আক্ৰান্ত হৈ এতিয়ালৈকে সাতজনতকৈ লোক মৃত্যুমুখত পৰিছে।
এতিয়াও বহু লোক এই ভয়ানক ৰোগত হৈ আছে আক্ৰান্ত। কিন্তু বৰ্তমানলৈকে খবৰ ল’বলৈ আহৰি পোৱা নাই জিলা প্ৰশাসনে। বিগত এমাহৰপৰা পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰ্মাফা গাঁওৰ লোকসকলক আক্ৰান্ত কৰিছে অচিন ৰোগে।