উন্নয়ন-বিকাশৰ বিপৰীত দিশত অৱস্থান কাৰ্বি পাহাৰৰ তাৰাপুং

Home ৰাজ্যউন্নয়ন-বিকাশৰ বিপৰীত দিশত অৱস্থান কাৰ্বি পাহাৰৰ তাৰাপুং

উন্নয়ন-বিকাশৰ বিপৰীত দিশত অৱস্থান কাৰ্বি পাহাৰৰ তাৰাপুং

by News Desk
78 views
A+A-
Reset

খেৰণিঃ এটা নৰকসদৃশ অঞ্চল। কি উন্নয়ন আৰু কি বিকাশ হয়তো একো বুজি নাপায় ৰাইজে, কাৰণ উন্নয়ন আৰু বিকাশে আজিও স্পৰ্শ কৰিব পৰা নাই অঞ্চলটোক। উন্নয়ন আৰু বিকাশৰ বিপৰীত দিশত অৱস্থান কৰা অথবা সম্পূৰ্ণ বিপৰীত মেৰুত গতি কৰা কাৰ্বি পাহাৰৰ সেই অঞ্চলটোৰ নাম হৈছে তাৰাপুং৷

অন্য দিশেৰে এই অঞ্চলটোৰ সন্দৰ্ভত অসমৰ অথবা কাৰ্বি আংলঙৰ বহুতো ৰাইজে নাজানে যদিও উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যে অঞ্চলটো পশ্চাদমুখী সেই কথা কিন্তু কাৰ্বি আংলঙৰ অধিকাংশ লোকেই জানে। সৰ্বদিশৰ সমস্যাৰে জৰ্জৰিত হৈ অঞ্চলটোৰ ৰাইজৰ দুৰ্দশা, দুৰৱস্থা, অভাৱ, জীৱন নিৰ্বাহৰ বাবে কৰা উপায় অৱলম্বন আদিৰ দৃশ্য প্ৰত্যক্ষ কৰিলে সকলোৱেই ক্ষোভিত হৈ পৰিব আৰু খঙত সকলোৰে কঁপাল কোচ খাই উঠিব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0