65
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তর্গত খেৰণি সাপ্তাহিক বজাৰত ভাৰেৰে পানী কঢ়িয়াই থকা অৱস্থাত মাটিত ঢলি পৰি থিতাতে মৃত্যু হয় হৰিহৰ দাস (৬৫) নামৰ লোক এজনৰ।
সাপ্তাহিক বজাৰৰ দোকানে দোকানে খোৱা পানী বিক্ৰী কৰি পৰিয়ালক পোহপাল দি আহিছিল লোকজনে।