80
খেৰণিঃ শেহতীয়াকৈ টেট শিক্ষক সকলক ড্ৰাইভাৰ বুলি তুলনা কৰা কাৰ্য্য আদিৰে তীব্ৰ বিতৰ্কত সোমাই পৰা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ কাম-কাজক লৈ তীব্ৰ অসন্তুষ্টি টেট শিক্ষকসকলৰ।
টেট উত্তীৰ্ণ শিক্ষকে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি লাভ কৰি বিভিন্ন সমস্যাৰ মাজেৰে সেৱা আগবঢ়াই আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই এই পৰ্য্যন্ত চৰকাৰে।