Home ৰাজ্যলামডিঙত অপহৃত কিশোৰী উদ্ধাৰ

লামডিঙত অপহৃত কিশোৰী উদ্ধাৰ

by News Desk
49 views
A+A-
Reset

লামডিংঃ মঙ্গলবাৰে পুৱা লামডিং ৰেল ষ্টেচনত লামডিং ৰেল আৰক্ষী উদ্ধাৰ কৰে কৰিমগঞ্জৰ পৰা অপহৃত নৱম শ্ৰেণীৰ ছাত্ৰী জুৱেদ বেগমক। যোৱা দেওবাৰে কৰিমগঞ্জত টিউচন কৰিবলৈ যোৱাৰ সময়ত চাৰিজন দুৰ্বৃত্তই অপহৰণ কৰিছিল ছাত্ৰী গৰাকীক।

অৱশেষত আজি লামডিং ৰেল আৰক্ষীয়ে লামডিং ৰেল ষ্টেচনৰ পৰা কিশেৰীগৰাকীৰ উদ্ধাৰকৰিব্লৈ সক্ষম হয়৷ আনহাতে আজি লামডিং আৰক্ষীয়ে কিশোৰীগৰাকীৰ অপহৰণৰ লগত জড়িত মজিবুৰ ৰহমান নামৰ যুৱক এজনকো আটক কৰিবলৈ সক্ষম হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0