61
খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও থানাৰ অন্তর্গত লালপুলৰ অলিছিঙা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এজনী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ অপহৰণ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ যোৱা ৯ জুলাইত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ অপহৰণ কাণ্ড সংঘটিত হয়।
ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে।