Home ৰাজ্যঅপহৰণক লৈ গোৰেশ্বৰত চাঞ্চল্য, ধৃত ৩

অপহৰণক লৈ গোৰেশ্বৰত চাঞ্চল্য, ধৃত ৩

by News Desk
62 views
A+A-
Reset

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত অপহৰণকাৰীৰ পৰা কৌশলেৰে পলায়ন কৰি প্ৰাণৰক্ষা পৰে এজন লোক। আৰক্ষীয়ে অপহৰণকাৰীসহ  উদ্ধাৰ কৰে অপহৰণকাৰীৰ গাড়ী। কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত ক’লাজলৰ পৰা তিনিজন চিনাকি লোকে কৌশলেৰে গাড়ীত ভৰাই সংঘটিত কৰিছিল এই অপহৰণ কাণ্ড।

কমলপুৰ থানাৰ অন্তৰ্গত বাইহাটা চাৰিআলি গোৰেশ্বৰ সংযোগী পথৰ ক’লাজলৰ পৰা কমলপুৰৰ খৰিকট গাওঁৰ এজন লোকক কৌশলেৰে অপহৰণ কৰে তিনিজন লোকে। মাটি কিনা বেচাৰ এক লেন-দেনৰ সূত্ৰে খৰিকট গাওঁৰ মঞ্জুল দেৱান নামৰ লোকজনে গোৰেশ্বৰ থানাৰ অন্তৰ্গত বাঙালীপাৰাৰ তাইজুদ্দিন আলীক  দিবলগা ৫০ হাজাৰ টকা লৈ ক’লাজলত লগ কৰোতে কৌশলেৰে মঞ্জুল দেৱানৰ গাড়ীত ভৰাই লৈ গোৰেশ্বৰ অভিমুখে লৈ আহে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0