55
তুলসীবাৰীঃ তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি ঘটাত তুলসীবাৰীত শোকৰ ছাঁ পৰে। জানিব পৰা মতে, তুলসীবাৰীৰ মজুল আলীৰ পুত্ৰ তথা তৃতীয় শ্ৰেণীৰ ছাত্ৰ মেহবুব আলী পুখুৰীত পৰি মৃত্যুক আকোৱালি লয়৷
আজি আবেলি বায়েকৰ সৈতে কণমানি মেহবুবে বায়েকৰ সৈতে খেলাধুলি খেলি পুখুৰীত গা-ধুবলৈ যায়। পুখুৰীত নামি গা-ধুই থাকোতেই মেহবুব ডুবে ড়ায়।