Home ৰাজ্যৰঙাপৰাত নৈত উদ্ধাৰ কণমানি হাতী পোৱালী

ৰঙাপৰাত নৈত উদ্ধাৰ কণমানি হাতী পোৱালী

by News Desk
64 views
A+A-
Reset

তেজপুৰ টাউনঃ উজনি-নামনিত বনৰীয়া তাণ্ডৱ অব্যাহত থকাৰ সময়তে দুদিন পূৰ্বে শোণিতপুৰৰ ৰঙাপৰাৰ ঘগৰা চাহ বাগিছাত উদ্ধাৰ হয় এটা হাতী কণমানি হাতী পোৱালী৷ জাকৰ পৰা ফালৰি কাটি আহি পথভ্ৰষ্ট হোৱা হাতী পোৱালিটোক বন বিভাগে চিকিৎসা কৰি সুস্থ কৰি তোলাৰ লগতে শুকুৰবাৰে কাজিৰঙালৈ প্ৰেৰণ কৰাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই শোণিতপুৰত পুনৰ উদ্ধাৰ হ’ল কণমানি হাতী পোৱালী।

অসম-অৰুণাচল সীমান্তৰ ৰঙাপৰাৰ পৰা প্ৰায় ২৮ কিঃ মিঃ নিলগৰ পাহাৰৰ দাঁতিত উদ্ধাৰ হয় হাতী পোৱালীটো৷ লাইগাঙপাৰাত গদাধৰ নৈত ওপঙি থকা কণমানি হাতীপোৱালী উদ্ধাৰ কৰি বন বিভাগে চিকিৎসাৰ ব্যৱস্থা কৰে৷ গদাধৰ নৈৰ পানীত কেইগৰাকী মান স্থানীয় মহিলাই হাতী পোৱালীটোক প্ৰত্যক্ষ কৰি বহু কষ্টৰে মৰসাহ কৰি মহিলাকেইগৰাকীয়ে হাতী পোৱালীটোক উদ্ধাৰ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0