Home ৰাজ্যমই পইচা জমা কৰিছো, ভূপেন হাজৰিকাৰ মূৰ্তি সজাম

মই পইচা জমা কৰিছো, ভূপেন হাজৰিকাৰ মূৰ্তি সজাম

by News Desk
78 views
A+A-
Reset

নগাঁওঃ অসমীয়াৰ হিয়াৰ আমঠু, যাযাবৰী শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আজি আমাৰ মাজত নাই৷ মৰমৰ ভূপেন দা হেৰাই যোৱা সাত বছৰ হ’ল যদিও প্ৰতিজন অসমীয়াৰ বুকুত আজিৰ তাৰিখতো জীয়াই আছে ভূপেন দা৷ নিজৰ সৃষ্টিৰাজিৰে জগত জিনা ভূপেন দা যেন সদায় অমৰ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে অতি মৰমৰ-শ্ৰদ্ধাৰ আৰু চিনাকী নাম হৈছে ভূপেন দা৷

তেওঁৰ প্ৰতি থকা মৰম প্ৰতিজন অসমীয়াৰ বুকুত সেয়ে চিৰদিন ছাঁৰ দৰে থাকিব৷ ডাঙৰৰ কথা বাদেই কনমানি শিশুসকলো যে ভূপেন দাৰ একান্ত ভক্ত৷ কিয়নো নগাঁও জিলাৰ ৰাইদঙীয়াত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এটি কণমানিয়ে তাৰ প্ৰমাণ দিয়ে৷ ৰাইদঙীয়াৰ পাঁচআলিত থকা সৌৰভ ভৱন প্ৰাংগণত স্থানীয় সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘আড্ডা আৰু সংগীত কাননে’ সুধাকণ্ঠৰ এটি প্ৰতিমূৰ্তি নিৰ্মানৰ ব্যৱস্থা গ্ৰহন কৰে৷ স্থানীয় ৰাইজৰ পৰা প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে দান-বৰঙনি সংগ্ৰহ কৰে অনুষ্ঠান দুটাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0