65
মুম্বাইঃ কিমান সুৰক্ষিত বলিউদৰ তাৰকাসকল? সৰ্বসাধাৰণৰ মনোৰঞ্জৰ বাবে অভিনয় কৰা শিল্পীসকল শংকাত ভোগে নেকি? দৰাচলতে সঘনেই দুৰ্বৃত্তৰ চিকাৰ হয় জনপ্ৰিয় তাৰকাসকল৷
ছলমান খানৰ পাছত এইবাৰ বাদছাহ শ্বাহৰুখ খানলৈ আহিছে ভাবুকি৷