50
ৰঙিয়া,মঙলদৈঃ কেন্দ্ৰৰ বিজেপি চৰকাৰে তিনিবছৰীয়া কাৰ্য্যকাল সমাপ্ত কৰাত যোৱা তিনিবছৰত চৰকাৰখনে কৰা কামৰ খতিয়ান ৰাইজৰ আগত দাঙি ধৰিবলৈ দেশৰ ভিন্ন প্ৰান্তত সভা সমিতি অনুষ্ঠিত কৰি আহিছে৷
আজি ৰঙিয়া-মঙলদৈত অনুষ্ঠিত হোৱা সবকা সাথ সবকা বিকাশ আৰু মোডী ফেষ্ট অনুষ্ঠানত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজিজুৱে৷