74
কলিয়াবৰঃ ভক্তি ৰসত বুৰ গ’ল কলিয়াবৰৰ ভঁৰালী নামঘৰ৷ ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ভঁৰালী নামঘৰত প্ৰতিবছৰে পালন কৰি অহাৰ দ্বৰে এইবাৰো মাঘী পূৰ্ণিমা উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে ।
অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকলে আহি ভিৰ কৰে নামঘৰত। এই উৎসৱৰ প্ৰথম দিনাৰ পুৱাতে ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট গল্পকাৰ কুসুম বৰাই, ইয়াৰ পিছতে গল্পকাৰ গৰাকীয়ে উন্মোচন কৰে জিলিঙণি নামৰ এখন গ্ৰন্থ ।