58
newsnextone.com | ডিজিটেল ডেস্কঃ ন্যায়াধীশ কে এম যোছেফৰ পদোন্নতি লৈ ন্যায়াধীশ আৰু চৰকাৰৰ মাজত মতবিৰোধ সংঘটিত থকাৰ সময়তে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাই এই সম্পৰ্কে আলোচনা কৰাৰ অৰ্থে শুকুৰবাৰে কলেজিয়ামৰ এখন বৈঠন আয়োজন কৰে৷
এই বৈঠকখনৰ পিছত শীৰ্ষ ৫ গৰাকী ন্যায়াধীশে ন্যায়াধীশ কে এম যোছেফৰ পদোন্নতি সম্পৰ্কে পুনৰ উচ্চতম ন্যায়ালয়ক আবেদন প্ৰেৰণ কৰিব৷ প্ৰাপ্ত খবৰ মতে এই বৈঠকখনৰ দিনৰ ১ বজাত অনুষ্ঠিত হ’ব৷