68
চাবুৱাঃ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে।
আজি ডিব্ৰুগড়ত জিলাত বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীত ৰূপায়ণ কৰা কাৰ্যসুচীস্থলিত উপস্থিত থাকি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ দাবী জনায়৷