নাগালেণ্ড সীমান্তত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল ৰাইজ

Home ৰাজ্যনাগালেণ্ড সীমান্তত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল ৰাইজ

নাগালেণ্ড সীমান্তত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল ৰাইজ

by News Desk
62 views
A+A-
Reset

গোলাঘাটঃ NSCN (আই-এম)ৰ ভাৰত চৰকাৰৰ মাজত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত দেওবাৰে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰে দৈয়াং মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ অসম নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানীত অসমৰ মাটি নাগালেণ্ডক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি জোঁৰ সমদল উলিযায় শ-শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা বৃহত্তৰ নাগালিম মানি লোৱা নহ’ব বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে৷কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসমৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে। অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0